Bengenakhowa, Golaghat,
Assam (India).785621
 

+91 943 552 6822

Hemo Prova Borbora Girls' College
Re-Accredited by NAAC as B Grade (2.71 CGPA)

THE COLLEGE SONG

মহাবিদ্যালয়
সংগীত
গীতিকাৰ : ৰীণা ভূঞা, অসমীয়া বিভাগৰ প্ৰাক্তন অধ্য়াপক
(
)
ধনশিৰি হৈ লুইতেদি বৈ
মহাপ্লাবনৰ সম্ভাৱনা হৈ
মহাহাসাগৰলৈ যাওঁ
ক্ষুদ্ৰৰ পৰা মহীৰহ হৈ
মহামিলনৰ বিশ্বসভাকে পাওঁ
ধনশিৰি হৈ .............
(
)
ত্য়াগেৰে বুলাই গাৰ ৰিহাখন
জ্ঞান-আলোকৰ পোহৰ পিয়াসিনী
লক্ষ্য়গামী পথিকৰ দৰে
সূৰ্যমুখীৰ সপোন সাবটি
অবক্ষয় শ্বাপদ বিনাশিনী 
বীণাপানি হৈ -শতিকালে যাওঁ/
ধনশিৰি হৈ ...............
(
)
সময় যেতিয়া দু:সময় হয়,
মানৱতা যদি লুণ্ঠিত হয়,
নতুন পুৰুষে কৰে যদিহে
নাৰীত্বৰ অপমান,
আমি কালবিনাশিনী মহাকালী হৈ
দুষ্ক্তি নাশি,
মমতাময়ী পৃথিৱী হৈ সংস্কৃতি ৰাখি
শান্তিৰ গীতকে গাওঁ /
আমি ধনশিৰি হৈ ..........


Hemo Prova Borbora Girls' College
Address-
Bengenakhowa, Golaghat,
Assam (India).785621

Telephone: +91 943 552 6822
Email:hemoprovagc@gmail.com

Webmail: principal@hpbgirlscollege.edu.in
Web: hpbgirlscollege.edu.in

Copyright © 2013 by HPB Girls' College All Rights Reserved
{ Designed By- NEWS }